⚠️

Switch Language?

Redirecting to Home...

×
Sahitya Sristi Logo
Comments
×
💬
Loading...
সফলতা
Facebook
Follow
YouTube
Subscribe

সফলতা

মই সঁচাকে সফলতা পামনে?
মোৰ মা-দেউতাকক কোন দিনা কব পাৰিম বাৰু?
যে মা-দেউতা আজিৰ পৰা কাম কৰিব নালাগে।

নহয় কৰিটো গৈ আছোঁ
ইমান কষ্ট কৰি আছোঁ

কিন্তু একোটাতে সফল নহও যে,
কি কৰो বাৰু মই...

কিন্তু মাকৰ কষ্ট দেখিলে
মোক নিজকে কিবা বেয়া লাগে....

কি কৰি আছোঁ মই ,
কিন্তু ময়োটো কৰি আছোঁ

কিন্তু সফল হব পৰা নাই মই
একো কৰিবলে কি কৰো....?

মই সঁচাকে সফলতা পামনে?

মই কিবা কৰি খুৱোৱা বয়সত
মই বহি খাই আছোঁ...

আৰু আপোনালোকে কৰি খুৱাই আছে,
ভাবিলে দুখ লাগে, কি কৰো...

ইমান মৰম কৰে মোক
যি বিচাৰোঁ তাকেই দিয়ে

মই হেনো কেতিয়া সফলতা পাম ,

মোৰ উপাৰ্জনেৰে যি বিচাৰে
সেইটোৱেই আনি কেতিয়া খুৱাম মা-দেউতা।

Previous Post Next Post
  Content is Copyright Protected