ফাগুনৰ স’ৰাপাতে কাৰ বাবে উচুপে?’🌿🍂
যেতিয়া পৰশ লাগে,
যৌৱনৰ পাৰ ভাগে,
অচিনাকী হয় আপোন,
এই যে ফাগুন... 🎶
চঞ্চলা ফাগুনৰ পছোৱা জাকে
আৱেগৰ আঁচল উৰুৱাই মন-প্ৰাণ উতলাই তোলে।
🍃 স’ৰা পাতে পাতে ফাগুন নামে,
মনত অজান অনুভৱ জাগে.... ❣
প্ৰকৃতিৰ ভিন্ন ৰূপৰ
অন্য এক সমাহাৰ 'ফাগুন'
যাৰ নামেই নিজৰ পৰিচয়,
আশাৰ জীৱন♥❤
❦